SEBA HSLC Practical Routine 2026: মেট্ৰিক পৰীক্ষাৰ প্ৰেক্টিকেলৰ দিন ঘোষণা! জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব পৰীক্ষা।
অসম বাতৰি (গুৱাহাটী): অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড (Assam State School Education Board) ৰ ফালৰ পৰা ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ৰ প্ৰেক্টিকেল পৰীক্ষাৰ সময়সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে. যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব, তেওঁলোকৰ বাবে এইয়া এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। প্ৰেক্টিকেল পৰীক্ষাৰ সময়সূচী: Date & Day Morning(9 am to 11 am) … Read more