Dhubri Medical College Recruitment 2026: ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মুকলি হৈছে পদখালী, জানক কেনেকৈ কৰিব আবেদন
ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (DMCH)-এ শেহতীয়াকৈ Computer Assistant পদৰ বাবে এক নিযুক্তি জাননী মুকলি কৰিছে। এই নিযুক্তি ‘ASSIST PROJECT’-ৰ অধীনত সম্পূৰ্ণ ঠিকাভিত্তিক ভাবে কৰা হ’ব। যদি আপুনি এজন স্নাতক ডিগ্ৰীধাৰী আৰু কম্পিউটাৰৰ জ্ঞান আছে, তেন্তে এই সুযোগ গ্ৰহণ কৰিব পাৰে। Dhubri Medical College Recruitment 2026 – Overview Organization Dhubri Medical College & Hospital (DMCH) … Read more