Assam Cabinet Decisions 2026: চাহ শ্ৰমিকৰ পৰা নিযুক্তি পৰ্যন্ত; অসম কেবিনেটৰ কেইবাটোও গুৰুত্বপূৰ্ণ ঘোষণা! সম্পূৰ্ণ তালিকাখন চাওক।

⚠️ Latest Movie Links & Series Updates

Limited Time – Join Before Link Removed!

🔥 Join Now

অসম বাতৰি (দিছপুৰ): আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তসমূহৰ বিষয়ে সামাজিক মাধ্যমযোগে অৱগত কৰিছে।

কেবিনেটৰ মূল সিদ্ধান্তসমূহ:

  • চাহ শ্ৰমিকৰ বাবে ভূমি আবণ্টন: নগৰীয়া অঞ্চলৰ লেবাৰ লাইনত বসবাস কৰা চাহ শ্ৰমিকসকলৰ বাবে ভূমি প্রিমিয়াম শিথিল কৰা হৈছে। প্ৰতি বিঘাত মাত্ৰ ৫০০ টকা নামমাত্ৰ প্রিমিয়াম দি তেওঁলোকে ভূমি লাভ কৰিব পাৰিব।
  • চুতীয়া সম্প্ৰদায়ৰ বাবে সংৰক্ষণ: ৰাজ্য চৰকাৰে চুতীয়া সম্প্ৰদায়ৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে ACS আৰু APS (Junior Grade) ৰ পৰ্যায়ত এটা পোষ্ট সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে।
  • পঞ্চায়ত সদস্যৰ স্বাস্থ্য বীমা: ৩০,০০০ তকৈও অধিক পঞ্চায়ত সদস্যই এতিয়াৰে পৰা চিকিৎসালয়ত চিকিৎসাৰ বাবে Medical Reimbursement ৰ সুবিধা লাভ কৰিব।
  • মৰাণ সম্প্ৰদায়ৰ নিযুক্তি: অৰুণাচল প্ৰদেশত বাস কৰা যিসকল মৰাণ লোকৰ হাতত অসম চৰকাৰৰ PRC আৰু OBC চাৰ্টিফিকেট আছে, তেওঁলোকে এতিয়া তিনিচুকীয়াৰ Employment Exchange-ত নাম পঞ্জীয়ন কৰিব পাৰিব।
  • আন্তঃগাঁথনি উন্নয়ন: RIDF-ৰ অধীনত ২০০.৩৬ কোটি টকাৰ মুঠ ২৭ টা প্ৰকল্পত অনুমোদন জনোৱা হৈছে। ইয়াৰ ভিতৰত গাখীৰ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, পশুপালন প্ৰকল্প আৰু গ্ৰাম্য পথ উন্নীতকৰণ অন্তৰ্ভুক্ত আছে।

অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:

🚨 Latest Govt Jobs 2026 – Apply Before Last Date!

Railway, Bank, SSC & 10th Pass Jobs Available

👉 Check All Jobs Now

Leave a Comment