APSC JE Recruitment 2026: জনস্বাস্থ্য কাৰিকৰী বিভাগত ১৮৭ টা জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ নিযুক্তি; অনলাইন আবেদনৰ সবিশেষ জানক।

⚠️ Latest Movie Links & Series Updates

Limited Time – Join Before Link Removed!

🔥 Join Now

অসম বাতৰি (নিযুক্তি): অসম লোকসেৱা আয়োগে (APSC) ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত (PHE Department) খালী হৈ থকা ১৮৭ টা জুনিয়ৰ ইঞ্জিনিয়াৰ (JE) পদৰ বাবে এক নতুন নিযুক্তিৰ জাননী (Notification 27/2025) জাৰি কৰিছে। চিভিল, মেকানিকেল, ইলেকট্ৰিকেল আৰু কেমিকেল ইঞ্জিনিয়াৰিং ডিপ্লমা থকা প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব।

পদৰ বিৱৰণ (Vacancy Details)

মুঠ ১৮৭ টা পদৰ বিভাগীয় বিভাজন তলত দিয়া হ’ল:

শাখা (Branch)মুঠ পদ (Total Vacancy)
চিভিল ইঞ্জিনিয়াৰিং (Civil)১৬০ টা
মেকানিকেল ইঞ্জিনিয়াৰিং (Mechanical)১০ টা
কেমিকেল ইঞ্জিনিয়াৰিং (Chemical)১০ টা
ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং (Electrical)০৭ টা

শিক্ষাগত অৰ্হতা (Educational Qualification)

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা তলত দিয়া ধৰণৰ হ’ব লাগিব:

  • যিকোনো AICTE স্বীকৃত প্ৰতিষ্ঠানৰ পৰা সংশ্লিষ্ট শাখাত ৩ বছৰীয়া ডিপ্লমা (Diploma) থাকিব লাগিব।
  • মন কৰিব: ডিষ্টেন্স মোড (Distance Mode) ৰ ডিপ্লমা গ্ৰহণযোগ্য নহয়। কেৱল নিয়মীয়া (Regular) প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব।

“APSC পৰীক্ষাৰ লগতে অসম আৰক্ষীৰ জেল ৱাৰ্ডাৰ নিযুক্তিৰ বাবেও আপুনি আবেদন কৰিব পাৰে। সবিশেষ ইয়াত পঢ়ক

“যিকোনো চাকৰিৰ বাবে এম্প্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলক। SLPRB-ৰ শেহতীয়া নিয়মসমূহ চাব নাপাহৰিব

বয়সৰ সীমা আৰু ভাষা (Age & Language)

  • বয়স (০১-০১-২০২৫ লৈ): ১৮ ৰ পৰা ৪০ বছৰ।
  • বয়সৰ ৰেহাই: SC/ST বাবে ৫ বছৰ, OBC/MOBC বাবে ৩ বছৰ আৰু PwBD প্ৰাৰ্থীৰ বাবে ১০ বছৰৰ ৰেহাই থাকিব।
  • বাসিন্দা: প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব (PRC বা Employment Exchange Card বাধ্যতামূলক)।
  • ভাষা: অসমীয়া বা ৰাজ্যৰ যিকোনো চৰকাৰী ভাষা (বড়ো/বঙালী) ক’ব পাৰিব লাগিব।

আবেদন মাচুল (Application Fee)

শ্ৰেণী (Category)মুঠ মাচুল (Total Fee)
সাধাৰণ (General)₹২৯৭.২০
SC / ST / OBC / MOBC₹১৯৭.২০
BPL / PwBD₹৪৭.২০ (কেৱল প্ৰচেছিং ফী)

নিৰ্বাচন প্ৰক্ৰিয়া (Selection Process)

নিৰ্বাচন প্ৰক্ৰিয়া দুটা পৰ্যায়ত হ’ব:

  1. লিখিত পৰীক্ষা (Written Test): ইয়াত কাৰিকৰী বিষয় (Technical) আৰু জেনেৰেল ষ্টাডিজৰ প্ৰশ্ন থাকিব।
  2. সাক্ষাৎকাৰ (Interview): লিখিত পৰীক্ষাত উত্তীৰ্ণ হ’লে সাক্ষাৎকাৰৰ বাবে মতা হ’ব।

আবেদন কেনেকৈ কৰিব? (How to Apply Online)

  • ১/ প্ৰথমে APSC-ৰ অফিচিয়েল নিযুক্তি প’ৰ্টেল https://apscrecruitment.in
  • লৈ যাওক।
  • ২/ যদি আপুনি নতুন ব্যৱহাৰকাৰী, তেন্তে ‘Register Here’ লিংকত ক্লিক কৰি নিজৰ নাম, ম’বাইল নম্বৰ আৰু ইমেইল দি পঞ্জীয়ন সম্পূৰ্ণ কৰক।
  • ৩/ পঞ্জীয়ন হোৱাৰ পিছত আপোনাৰ ইমেইল আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগ-ইন (Login) কৰক।
  • ৪/ এতিয়া “Junior Engineer (PHE Department)” বিজ্ঞাপনটো বিচাৰি উলিয়াক আৰু ‘Apply Now’ বুটামত ক্লিক কৰক।
  • ৫/ আপোনাৰ ব্যক্তিগত তথ্য, শিক্ষাগত অৰ্হতা আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ (Diploma Certificate, PRC, Photo, Signature) আপলোড কৰক।
  • ৬/ আবেদন মাচুলটো অনলাইনযোগে (Net Banking/Debit Card) পৰিশোধ কৰক। ৭/ শেষত ফৰ্মখন ‘Submit’ কৰক আৰু ভৱিষ্যতৰ বাবে প্ৰিণ্ট আউট এটা উলিয়াই ৰাখক।

অসম চৰকাৰৰ অন্যান্য গুৰুত্বপূৰ্ণ চাকৰিৰ খবৰ:

প্ৰশ্ন ১: ২০২৬ চনৰ মেট্ৰিক পৰীক্ষাত ব্যক্তিগত খণ্ডৰ শিক্ষকে নিৰীক্ষকৰ দায়িত্ব পালন কৰিব পাৰিবনে?

উত্তৰ: নহয়। অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডৰ (ASSEB) নতুন নিৰ্দেশনা অনুসৰি, ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোনো কাৰণতে ব্যক্তিগত (Private), ভেঞ্চাৰ (Venture) বা অ-প্ৰাদেশীকৃত স্কুলৰ শিক্ষকক নিৰীক্ষক (Invigilator) হিচাপে নিযুক্তি দিব নোৱাৰিব

প্ৰশ্ন ২: পৰীক্ষা কেন্দ্ৰত নিৰীক্ষকৰ নাটনি হ’লে কি ব্যৱস্থা কৰা হ’ব?

উত্তৰ: যদি কোনো কেন্দ্ৰত নিৰীক্ষকৰ সংখ্যা কম হয়, তেন্তে সংশ্লিষ্ট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে (Inspector of Schools) জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ (DEEO) সৈতে আলোচনা কৰি প্ৰাদেশীকৃত নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP) বিদ্যালয়ৰ অভিজ্ঞ শিক্ষকক নিযুক্তি দিব

প্ৰশ্ন ৩: এই নতুন নিয়মটো কেতিয়াৰ পৰা বলবৎ কৰা হৈছে?

উত্তৰ: এই নিৰ্দেশনা ৩০ জানুৱাৰী ২০২৬ তাৰিখৰ পৰা তাৎক্ষণিকভাৱে সমগ্ৰ অসমতে বলবৎ কৰা হৈছে

প্ৰশ্ন ৪: পূৰ্বৰ নিৰ্দেশনাৱলীৰ কোনটো অংশ এতিয়া বাতিল কৰা হৈছে?

উত্তৰ: ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নিৰ্দেশাৱলীৰ (Guidelines) PART-B (ভাগ-খ) ৰ পৃষ্ঠা নং ১১-ত উল্লেখ থকা (ড) নং পইন্টটো সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে

অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:

🚨 Latest Govt Jobs 2026 – Apply Before Last Date!

Railway, Bank, SSC & 10th Pass Jobs Available

👉 Check All Jobs Now

Leave a Comment